চেনি – sENI, 2023

চেনি অসমীয়া সমাজত অতিজৰে পৰা প্ৰচলিত এক অতি জনপ্ৰিয় আৰু ধনাত্মক শব্দ। অসমীয়া পুৰুষ আৰু মহিলা সকলক চেনি নামেৰে নাম কৰণ কৰা হৈছিল। উদাহৰণ স্বৰূপে চেনিৰাম, চেনিমাই আদি। ফলমূল, জীৱ জন্তুৰ ক্ষেত্ৰতো চেনি নামেৰে নামকৰণ কৰা অসমীয়া ভাষাত দেখা গৈছে। যেনে- চেনিমাছ, চেনিচম্পা আদি।

চেনি

Seni meaning in Assamese. Seni is an Assamese word, The English term is Sugar, which means, the condensed juice of a kind of cane. Seni is a very popular and positive word in Assamese society since the past times. Assamese men and women were named Seni. For example Seniram, Senimai, etc.

In the case of fruits and animals, it is also seen in the Assamese language named as Seni. E.g. Senimas, Senichampa, etc. Today, the word Seni is mostly used as a slang, negative form. Nowadays, the term Seni has been used when a man or woman with a fickle mind, and is more attached to the opposite sex.

The word Seni is also used when someone use to talk to a Girlfriend or boyfriend normally or on a mobile phone for a long time. Day by day the word Seni is losing its original status to a trifling word.

চেনি, Assamese

চেনি অসমীয়া সমাজত অতিজৰে পৰা প্ৰচলিত এক অতি জনপ্ৰিয় আৰু ধনাত্মক শব্দ। অসমীয়া পুৰুষ আৰু মহিলা সকলক চেনি নামেৰে নাম কৰণ কৰা হৈছিল। উদাহৰণ স্বৰূপে চেনিৰাম, চেনিমাই আদি। ফলমূল, জীৱ জন্তুৰ ক্ষেত্ৰতো চেনি নামেৰে নামকৰণ কৰা অসমীয়া ভাষাত দেখা গৈছে। যেনে- চেনিমাছ, চেনিচম্পা আদি।

বৰ্তমান সময়ত চেনি শব্দটোক এক তাচিল্য ধৰ্মী, ঋণাত্মক ৰূপত ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণতে কোনো চঞ্চল মনৰ পুৰুষ বা মহিলা, বিপৰীত লিংগৰ লগত বেছিকৈ ঘনিষ্টতা বা সলিগলি কৰা, মোবাইল ফোনত বান্ধৱীৰ লগত বেছি সময় ধৰি  কথা বাৰ্তা কৰিলে চেনি শব্দটোৰ ব্যৱহাৰ কৰা হৈছে। দিনক দিনে চেনি শব্দটো এক তুচ্ছাৰ্থত ব্যৱহাৰ কৰা শব্দলৈ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে।

উদহৰণ স্বৰুপে মনমোহন বৰ চেনী ল’ৰা। পুৰা চেনি খাই আছ?

Read another article
Read another article
Read another article
Read another article
Read another article
Translator