Assamese lesson plan PDF download free, পাঠ পৰিকল্পনা pdf, 2023

Assamese lesson plan PDF. Lesson Plan and the Importance of Lesson Plan in Teaching. (Assamese). অসমীয়াত পাঠপৰিকল্পনা ডাউনলড কৰক।

Assamese lesson plan PDF
Assamese lesson plan PDF
অসমীয়া পাঠ পৰিকল্পনা প্ৰথম শ্ৰেনীৰ

(ক) তথ্যৰ চিনাক্তকৰণ

বিদ্যালয়ৰ নাম- asomjob.in
শ্ৰেনী- প্ৰথম
শিক্ষাৰ্থীৰ সংখ্যা- asomjob.in
গড় বয়স- asomjob.in
সময়- ৪৫ মিনিট
তাৰিখ-asomjob.in
বিষয়- অসমীয়া
পাঠ- “আচল সখি”
পাঠ্যপুথি- অংকুৰণ
শিক্ষকৰ নাম-asomjob.in
Assamese lesson plan PDF

(খ) সাধাৰণ উদ্দেশ্য-

১) শিক্ষাৰ্থীসকলক গদ্যৰ মৰ্ম আৰু সৌন্দৰ্য সম্বন্ধে জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলা।

২) শিক্ষাৰ্থীসকলক যতি, বিৰাম, চিহ্নৰ প্ৰয়োগ আৰু উচ্চাৰণৰ পাৰ্থক্য নিৰ্ণয় কৰিবলৈ সক্ষম কৰি তোলা।

৩) শিক্ষাৰ্থীসকলক অসমীয়া ভাষাৰ লিখন শৈলী আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলা।

৪) শিক্ষাৰ্থী সকলক উচ্ছাৰণৰ জৰিয়তে অসমীয়া ভাষাৰ পঠন শৈলী বা কথন আয়ত্ব কৰাৰ সক্ষম কৰি তোলা।

(গ) শিক্ষণীয় সজুঁলি-

১) সাধাৰণ শিক্ষণীয় সজুঁলি- পাঠ্যপুথি, কৃষ্ণফলক, খৰি-মাটি, বুৰুজ, নিৰ্দেশক মাৰি।

২) বিশেষ শিক্ষণীয় সজুঁলি-

(ঘ) প্ৰস্তাৱনা-

স্তৰপূৰ্বজ্ঞানৰ ধাৰণাশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
প্ৰস্তাৱনাধাৰণা কৰা হয় যে, শিক্ষাৰ্থীসকলৰ বন্ধু সম্পৰ্কে কিছু ধাৰণা আছে।শিক্ষকে হাঁহি মুখেৰে শিক্ষণীয় সজুঁলি সমূহ লৈ শ্ৰেনীকক্ষত প্ৰৱেশ কৰি অনুকূল পৰিৱেশ সৃষ্টি কৰিব আৰু পাঠৰ লগত সংগতি ৰাখি তলৰ প্ৰশ্ন সমূহ সুধি শিক্ষাৰ্থীক পাঠৰ প্ৰতি অভিৰুচিত কৰিব।  শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক সন্মান জনাই আসন গ্ৰহণ কৰিব আৰু শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব।  
প্ৰস্তাৱনা ১) তোমালোকৰ সকলোৰে বন্ধু আছে নে?  ১) আছে।  
প্ৰস্তাৱনা ২) তোমাৰ বন্ধুৰ নাম কি?  ২) হৰি, ৰহিম, মধু।  
প্ৰস্তাৱনা ৩) এজন বন্ধুৰ পৰা আমি কি আশা কৰো?  ৩) সহায়, মৰম, কথা শুনা।  
প্ৰস্তাৱনা ৪) বন্ধু শব্দৰ পৰিৱৰ্তে আমি কি কি শব্দ প্ৰয়োগ কৰিব পাৰো?  ৪) ফ্ৰেণ্ড, সখী আদি  
প্ৰস্তাৱনা শিক্ষাৰ্থী সকলৰ পৰা যথাযথ উত্তৰ পোৱাৰ পাছত শিক্ষকে আৰম্ভ কৰিৱ- আজি আমি আমাৰ পাঠ্যপুথিত থকা “জন্ম দিনৰ আয়োজন” নামৰ পাঠটি আলোচনা কৰিম বুলি কৈ পাঠৰ নাম কৃষ্ণফলকত স্পষ্টকৈ লিখি দিব।শিক্ষাৰ্থীসকলে উক্ত পাঠটি নিজৰ নিজৰ পাঠ্যপুথিত উলিয়াই ল’ব আৰু পাঠটিৰ নাম নিজৰ টোকা বহীত লিখিব।
Assamese lesson plan PDF

(ঙ) উপস্থাপন-

স্তৰশিক্ষণীয় বিষয়বিশেষ উদ্দেশ্যশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলীআকাংক্ষিত শিক্ষণৰ ফলাফল
উপস্থাপনশিক্ষকৰ আদৰ্শ পঠ্ন  শিক্ষাৰ্থীসকলক ছন্দ, লয়, যতি আদিৰ প্ৰতি লক্ষ্য ৰাখি সৰৱ পঠ্ন কৌশল আয়ত্ব কৰাৰ লগতে পাঠৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে পাঠৰ স্তৱক সমূহ শুদ্ধ উচ্চাৰণেৰে সৰৱে আদৰ্শ পঠন কৰিব আৰু শিক্ষাৰ্থী সকলক তেওঁৰ পঠন ভংগী মন কৰিবলৈ ক’ব।  শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ।  শিক্ষাৰ্থীসকলে ছন্দ, লয়, যতি আদিৰ প্ৰতি লক্ষ্য ৱ ৰাখি সৰৱ পঠ্ন কৌশল আয়ত্ব কৰাৰ লগতে পাঠৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ সক্ষম হব।  
উপস্থাপনশিক্ষাৰ্থীৰ সৰৱ পঠন  শিক্ষাৰ্থী সকলক শুদ্ধ উচ্চাৰণৰ লগতে যতি, বিৰাম, আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তোলা।শিক্ষকে দুই তিনি গৰাকী শিক্ষাৰ্থীক সৰৱে পাঠৰ স্তৱক সমূহ পাঠ কৰিবলৈ দিব।  নিৰ্বাচন কৰি দিয়া asomjob.in শিক্ষাৰ্থী সকলে পাঠৰ স্তৱক সমূহ পাঠ কৰিব আৰু বাকী সকলে মনোযোগেৰে শুনি যাব।  শিক্ষাৰ্থী সকল শুদ্ধ উচ্চাৰণৰ লগতে যতি, বিৰাম, আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব।  
উপস্থাপনশিক্ষাৰ্থীৰ নিৰৱ পঠন আৰু কঠিন শব্দৰ অৰ্থ।  শিক্ষাৰ্থী সকলক নিৰৱ পঠন কৌশল আয়ত্ব কৰাৰ লগতে কঠিন শব্দৰ অৰ্থ বুজিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে ছাত্ৰ ছাত্ৰী সকলক নিৰৱে পঠন কৰি পাঠত থকা কঠিন শব্দ সমূহ নিৰ্বাচন কৰিবলৈ দিব আৰু শব্দ সমূহৰ অৰ্থ কৃষ্ণফলকত লিখি দিব।  শিক্ষাৰ্থী সকলে নিৰৱে পঠন কৰিব আৰু পাঠত থকা কঠিন শব্দ সমূহ নিৰ্বাচন কৰিব। শিক্ষকে কৃষ্ণফলকত লিখি দিয়া শব্দ সমূহৰ অৰ্থ নিজৰ নিজৰ বহীত লিখি ল’ব।  শিক্ষাৰ্থী সকল নিৰৱ পঠন কৌশল আয়ত্ব কৰাৰ লগতে কঠিন শব্দৰ অৰ্থ বুজিবলৈ সক্ষম হ’ব।  
উপস্থাপনপাঠৰ ১ম দুটা স্তৱকৰ আলোচনা  শিক্ষাৰ্থী সকলক হাবিত বাস কৰা জীৱৰ সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে জন্মদিনৰ আয়োজনৰ পৰিকল্পনাৰ সন্দৰ্ভত ব্যাখ্যা কৰিব, আৰু শিক্ষাৰ্থীৰ বোধগম্যতাৰ বুজ লবৰ বাবে তলৰ প্ৰশ্নটো সুধিব-   ১) হাবিত কোন কোন বাস কৰিছিল?  শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব।   ১) হৰিণী, নিগনি, কাউৰী, কাছ।  শিক্ষাৰ্থী সকলে হাবিত বাস কৰা জীৱৰ সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম হৱ।  
উপস্থাপনপাঠৰ ৩য় অংশৰ আলোচনাশিক্ষাৰ্থী সকলক প্ৰকৃত বন্ধুৰ গুৰুত্ব অনুভাৱন কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে পাঠৰ সাৰমৰ্ম উদাহৰণ সহ ব্যাখ্যা কৰিব asomjob.in আৰু শিক্ষাৰ্থীৰ অগ্ৰগতিৰ বুজ লবলৈ তলৰ প্ৰশ্নটো সুধিব-        শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব।শিক্ষাৰ্থী সকলে প্ৰকৃত বন্ধুৰ গুৰুত্ব অনুভাৱন কৰিবলৈ সক্ষম হ’ব।  
উপস্থাপন  ১) কাৰ দাঁত চোকা আছিল?   ২) নিগনিয়ে জালখন কুটি কাক মুকলি কৰিলে?  ১) নিগনি   ২) হৰিণীক   
Assamese lesson plan PDF

(চ) সামৰণি-

স্তৰশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
সা ম ৰ ণিশিক্ষকে জ্ঞানৰ স্থায়িত্ব প্ৰদানৰ বাবে পাঠৰ সাৰাংশ সংক্ষেপে বৰ্ণনা কৰিব আৰু তলৰ প্ৰশ্নটো গৃহকাৰ্য হিচাপে কৰি আনিবলৈ কৃষ্ণফলকত লিখি দিব-

গৃহকাৰ্য- ১) “আচল সখি” পাঠটিৰ মূলভাৱ লিখা।

সময়ৰ সংকেট ধ্বনি বজাৰ লগে লগে শিক্ষকে যাৱতীয় সজুঁলি সমূহ সামৰি কৃষ্ণফলক পৰিষ্কাৰ কৰিব আৰু ছাত্ৰ-ছাত্ৰী সকলক ধন্যবাদ জনাই শ্ৰেনীকোঠা ত্যাগ কৰিব।
শিক্ষাৰ্থীসকলে মনোযোগেৰে শুনিব আৰু শিক্ষকে কৃষ্ণফলকত লিখি দিয়া গৃহকাৰ্যটো নিজৰ নিজৰ বহীত লিখি ল’ব। শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক বিদায় সম্ভাষণ জনাব।
Assamese lesson plan PDF
Age calculator

What is a Lesson Plan

Teaching is a complex and challenging profession that requires careful planning and preparation. One of the key elements of effective teaching is the use of a lesson plan.

A lesson plan is a detailed outline of what will be taught in a particular lesson or series of lessons in the classroom within a specific time. It is a blueprint that guides the teacher through the teaching process and helps to ensure that all important content is covered.

The lesson plan includes all the activities of the teacher and the learners to gain the aim and objectives of the learning-teaching process. In the case of learning and teaching, lesson plans are an essential tool for teachers. They help to structure the teaching process, ensure that all key content is covered, and provide a roadmap for the teacher to follow.

A well-designed lesson plan can make the difference between a successful and engaging class and a boring and ineffective one. One of the major benefits of using a lesson plan in the process of teaching-learning is that it helps to ensure that all key content is covered.

8 Passed Jobs
10 Passed Jobs
12 Passed Jobs
Graduation Passed Jobs
Post-Graduation Jobs
Recent Jobs
Assamese lesson plan PDF
Assamese lesson plan PDF

Assamese lesson plan PDF

Assamese is a rich and complex language with a unique set of grammar rules and syntax. Lesson plans help to break down this complexity into manageable chunks and ensure that all key elements are covered in a logical and organized manner.

A benefit of using a lesson plan in Assamese language teaching is that it helps to structure the teaching process. Lesson plans provide a roadmap for the teacher to follow and ensure that the class stays on track. They also help to ensure that the lesson is engaging and interactive, with plenty of opportunities for student participation.

Lesson plans are an important tool for assessment and evaluation. By following a well-designed lesson plan, teachers can assess student progress and identify areas where students may be struggling.

This information can then be used to adapt the lesson plan and provide additional support where needed.

There are many resources available for teachers who are looking to create effective lesson plans in Assamese language teaching.

One such resource is the Assamese lesson plan PDF download. These resources provide teachers with pre-designed lesson plans that can be adapted to meet the needs of their students.

পাঠ পৰিকল্পনা ডাউনল’ড কৰিবলৈ তলৰ লিংক সমূহত ক্লিক কৰক

SCERT Assam New Lesson Plan
Assamese Lesson Plan PDF
Assamese lesson plan PDF
S Science Lesson Plan PDF
Assamese lesson plan PDF
Mathematics Lesson Plan PDF
Assamese lesson plan PDF
Assamese lesson plan PDF
Assamese lesson plan PDF
Concept of Development
Assamese lesson plan PDF

Lastly, lesson plans are an essential tool for effective teaching in the Assamese language teaching. They help to ensure that all key content is covered, structure the teaching process, and provide a roadmap for the teacher to follow.

By using a well-designed lesson plan, teachers can create engaging and effective classes that help their students to learn and grow. With the help of resources such as the Assamese lesson plan PDF download, creating effective lesson plans has never been easier.

Steps of Lesson Plan

The first step in creating a lesson plan is identifying data. This includes information such as the name of the school, class, number of students, average age, duration, subject, name of the poem, name of the poet, name of the textbook, and name of the teacher. This information provides important context for the lesson and helps the teacher to tailor the lesson to the needs of their students.

The second step in creating a lesson plan is setting objectives. This includes both general objectives, such as what the students will learn overall, and specific objectives, such as what the students will learn in this particular lesson. Objectives should be clear, measurable, and achievable, and should be tailored to the needs of the students.

The third step in creating a lesson plan is selecting teaching aids. Teaching aids can include a wide range of materials, such as textbooks, handouts, videos, and interactive activities. The selection of teaching aids should be based on the specific needs of the lesson and the learning style of the students.

The fourth step in creating a lesson plan is introducing the lesson. This includes providing information about the assumed previous knowledge of the students and outlining the teacher’s activities and pupils’ activities for the introduction phase.

The fifth step in creating a lesson plan is presenting the lesson. This includes teaching points, specific objectives, teacher’s activities, pupils’ activities, and expected learning outcomes. The presentation should be clear, engaging, and interactive, with plenty of opportunities for student participation.

The final step in creating a lesson plan is concluding the lesson. This includes summarizing the key points of the lesson, outlining the teacher’s activities and pupils’ activities for the conclusion phase, and providing opportunities for reflection and feedback.

Assamese lesson plan PDF
Assamese lesson plan PDF
চতুৰ্থ শ্ৰেনীৰ অসমীয়া পাঠপৰিকল্পনা

(ক) তথ্যৰ চিনাক্তকৰণ

বিদ্যালয়ৰ নাম- asomjob.in
শ্ৰেনী- asomjob.in
শিক্ষাৰ্থীৰ সংখ্যা- asomjob.in
গড় বয়স-
সময়- ৪৫ মিনিট তাৰিখ-
বিষয়- অসমীয়া
পাঠ- “জন্মদিনৰ আয়োজন”
পাঠ্যপুথি- অংকুৰণ
শিক্ষকৰ নাম-
Assamese lesson plan PDF

(খ) সাধাৰণ উদ্দেশ্য-

১) শিক্ষাৰ্থীসকলক নাটকৰ মৰ্ম আৰু সৌন্দৰ্য পৰিমাপন কৰিবলৈ সক্ষম কৰি তোলা।

২) শিক্ষাৰ্থীসকলক যতি, বিৰাম, চিহ্নৰ প্ৰয়োগ আৰু উচ্চাৰণৰ পাৰ্থক্য নিৰ্ণয় কৰিবলৈ সক্ষম অকৰি তোলা।

৩) শিক্ষাৰ্থীসকলক অসমীয়া ভাষাৰ লিখন শৈলী আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলা।

৪) শিক্ষাৰ্থী সকলক অসমীয়া ভাষাৰ পঠন শৈলী আয়ত্ব কৰাৰ সক্ষম কৰি তোলা।

(গ) শিক্ষণীয় সজুঁলি-

১) সাধাৰণ শিক্ষণীয় সজুঁলি- পাঠ্যপুথি, কৃষ্ণফলক, খৰি-মাটি, বুৰুজ, নিৰ্দেশক মাৰি।

২) বিশেষ শিক্ষণীয় সজুঁলি- জন্মদিন পালনৰ ছবি সম্বলিত এখন চাৰ্ট।

(ঘ) প্ৰস্তাৱনা-

স্তৰপূৰ্বজ্ঞানৰ ধাৰণাশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
প্ৰস্তাৱনাধাৰণা কৰা হয় যে, শিক্ষাৰ্থীসকলৰ জন্মদিন পালন সম্পৰ্কে কিছু ধাৰণা আছে।শিক্ষকে হাঁহি মুখেৰে শিক্ষণীয় সজুঁলি সমূহ লৈ শ্ৰেনীকক্ষত প্ৰৱেশ কৰি অনুকূল পৰিৱেশ সৃষ্টি কৰিব আৰু পাঠৰ লগত সংগতি ৰাখি তলৰ প্ৰশ্ন সমূহ সুধি শিক্ষাৰ্থীক পাঠৰ প্ৰতি অভিৰুচিত কৰিব। আৰু তলৰ প্ৰশ্নটো সুধিব-
১) তোমালোকে সকলোৱে নিজৰ নিজৰ জন্ম দিন পালন কৰা নে?
২) জন্মৰদিন কেনেদৰে পালন কৰা হয়?

শিক্ষাৰ্থী সকলৰ পৰা যথাযথ উত্তৰ পোৱাৰ পাছত শিক্ষকে আৰম্ভ কৰিৱ- আজি আমি আমাৰ পাঠ্যপুথিত থকা “জন্ম দিনৰ আয়োজন” নামৰ পাঠটি আলোচনা কৰিম বুলি কৈ পাঠৰ নাম কৃষ্ণফলকত স্পষ্টকৈ লিখি দিব।
শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক সন্মান জনাই আসন গ্ৰহণ কৰিব আৰু শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব।        
১) কৰোঁ।      
২) লগৰীয়াক মাতো, কেক কাটো আদি।  

শিক্ষাৰ্থীসকলে উক্ত পাঠটি নিজৰ নিজৰ পাঠ্যপুথিত উলিয়াই ল’ব আৰু পাঠটিৰ নাম নিজৰ টোকা বহীত লিখিব।
Assamese lesson plan PDF

(ঙ) উপস্থাপন-

স্তৰশিক্ষণীয় বিষয়বিশেষ উদ্দেশ্যশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলীআকাংক্ষিত শিক্ষণৰ ফলাফল
উপস্থাপনশিক্ষকৰ আদৰ্শ পঠ্নশিক্ষাৰ্থীসকলক ছন্দ, লয়, যতি আদিৰ প্ৰতি লক্ষ্য ৰাখি সৰৱ পঠ্ন কৌশল আয়ত্ব কৰাৰ লগতে পাঠৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ সক্ষম কৰি তোলা।শিক্ষকে পাঠৰ স্তৱক সমূহ শুদ্ধ উচ্চাৰণেৰে সৰৱে আদৰ্শ পঠন কৰিব আৰু শিক্ষাৰ্থী সকলক তেওঁৰ পঠন ভংগী মন কৰিবলৈ ক’ব।শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ।শিক্ষাৰ্থীসকলে ছন্দ, লয়, যতি আদিৰ প্ৰতি লক্ষ্য ৰাখি সৰৱ পঠ্ন কৌশল আয়ত্ব কৰাৰ লগতে পাঠৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ সক্ষম হব।
উপস্থাপনশিক্ষাৰ্থীৰ সৰৱ পঠনশিক্ষাৰ্থী সকলক শুদ্ধ উচ্চাৰণৰ লগতে যতি, বিৰাম, আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তোলাশিক্ষকে দুই তিনি গৰাকী শিক্ষাৰ্থীক সৰৱে পাঠৰ স্তৱক সমূহ পাঠ কৰিবলৈ দিব।নিৰ্বাচন কৰি দিয়া শিক্ষাৰ্থী সকলে পাঠৰ স্তৱক সমূহ পাঠ কৰিব আৰু বাকী সকলে মনোযোগেৰে শুনি যাব।শিক্ষাৰ্থী সকল শুদ্ধ উচ্চাৰণৰ লগতে যতি, বিৰাম, আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব।
উপস্থাপনশিক্ষাৰ্থীৰ নিৰৱ পঠন আৰু কঠিন শব্দৰ অৰ্থ।শিক্ষাৰ্থী সকলক নিৰৱ পঠন কৌশল আয়ত্ব কৰাৰ লগতে কঠিন শব্দৰ অৰ্থ বুজিবলৈ সক্ষম কৰি তোলা।শিক্ষকে ছাত্ৰ ছাত্ৰী সকলক নিৰৱে পঠন কৰি পাঠত থকা কঠিন শব্দ সমূহ নিৰ্বাচন কৰিবলৈ দিব আৰু শব্দ সমূহৰ অৰ্থ কৃষ্ণফলকত লিখি দিব।শিক্ষাৰ্থী সকলে নিৰৱে পঠন কৰিব আৰু পাঠত থকা কঠিন শব্দ সমূহ নিৰ্বাচন কৰিব। শিক্ষকে কৃষ্ণফলকত লিখি দিয়া শব্দ সমূহৰ অৰ্থ নিজৰ নিজৰ বহীত লিখি ল’ব।শিক্ষাৰ্থী সকল নিৰৱ পঠন কৌশল আয়ত্ব কৰাৰ লগতে কঠিন শব্দৰ অৰ্থ বুজিবলৈ সক্ষম হ’ব।
উপস্থাপনপাঠৰ ১ম দুটা স্তৱকৰ আলোচনাশিক্ষাৰ্থী সকলক জন্মদিনৰ আয়োজন সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলা।শিক্ষকে জন্মদিনৰ আয়োজনৰ পৰিকল্পনাৰ সন্দৰ্ভত ব্যাখ্যা কৰিব, আৰু শিক্ষাৰ্থীৰ বোধগম্যতাৰ বুজ লবৰ বাবে তলৰ প্ৰশ্নটো সুধিব-
 
১) সীমান্তই জন্ম দিন কেনেদৰে পালন কৰাৰ পৰিকল্পনা কৰিছিল?
শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব।
 
১) বন্ধু বান্ধৱ মাতি জলাপান খুওৱাৰ পৰিকল্পনা কৰিছিল।
শিক্ষাৰ্থী সকলে জন্মদিনৰ আয়োজন সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম হৱ।
উপস্থাপনপাঠৰ ৩য় অংশৰ আলোচনাশিক্ষাৰ্থী সকলক বিশেষ দিনত গুৰুত্বপূৰ্ণ কাম কৰাৰ প্ৰতি উৎসাহিত কৰি বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তোলা।শিক্ষকে জন্মদিনৰ দৰে বিশেষ দিনত গুৰুত্বপূৰ্ণ কাম কৰাৰ বিশেষত্ব উদাহৰণ সহ ব্যাখ্যা কৰিব আৰু শিক্ষাৰ্থীৰ অগ্ৰগতিৰ বুজ লবলৈ তলৰ প্ৰশ্নটো সুধিব-
 
১) সীমন্তই তাৰ জন্ম দিনৰ কি গুৰুত্বপূৰ্ণ কাম কৰিছিল?
শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব।
 
১) পদূলিত এটি নাহৰ পুলি ৰুৱাৰ পৰিকল্পনা কৰিছিল।
শিক্ষাৰ্থী সকলে বিশেষ দিনত গুৰুত্বপূৰ্ণ কাম কৰাৰ প্ৰতি উৎসাহিত হ’ব আৰু বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব।
Assamese lesson plan PDF

(চ) সামৰণি-

স্তৰশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
সা ম ৰ ণিশিক্ষকে জ্ঞানৰ স্থায়িত্ব প্ৰদানৰ বাবে পাঠৰ সাৰাংশ সংক্ষেপে বৰ্ণনা কৰিব আৰু তলৰ প্ৰশ্নটো গৃহকাৰ্য হিচাপে কৰি আনিবলৈ কৃষ্ণফলকত লিখি দিব-
গৃহকাৰ্য- ১) জন্মদিনত তোমাৰ পৰিকল্পনা সম্পৰ্কে চমুকৈ লিখা।
সময়ৰ সংকেট ধ্বনি বজাৰ লগে লগে শিক্ষকে যাৱতীয় সজুঁলি সমূহ সামৰি কৃষ্ণফলক পৰিষ্কাৰ কৰিব আৰু ছাত্ৰ-ছাত্ৰী সকলক ধন্যবাদ জনাই শ্ৰেনীকোঠা ত্যাগ কৰিব।
শিক্ষাৰ্থীসকলে মনোযোগেৰে শুনিব আৰু শিক্ষকে কৃষ্ণফলকত লিখি দিয়া গৃহকাৰ্যটো নিজৰ নিজৰ বহীত লিখি ল’ব। শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক বিদায় সম্ভাষণ জনাব।
Assamese lesson plan PDF
সপ্তম শ্ৰেনী সাধাৰণ বিজ্ঞান পাঠপৰিকল্পনা

(ক) তথ্যৰ চিনাক্তকৰণ

বিদ্যালয়ৰ নাম- asomjob.in শ্ৰেনী- সপ্তম শিক্ষাৰ্থীৰ সংখ্যা- asomjob.in গড় বয়স- asomjob.in সময়- ৪৫ মিনিট তাৰিখ- asomjob.inবিষয়- অসমীয়া পাঠ- “পানী এক অমূল্য সম্পদ” পাঠ্যপুথি- বিজ্ঞান শিক্ষকৰ নাম- asomjob.in
Assamese lesson plan PDF

(খ) সাধাৰণ উদ্দেশ্য-

১) শিক্ষাৰ্থীসকলক আমাৰ চাৰিওফালৰ পৰিৱেশৰ সংজ্ঞা দিবলৈ সক্ষম কৰি তোলা।

২) শিক্ষাৰ্থীসকলক বিজ্ঞানৰ বিষয়বস্তুৰ প্ৰতি বোধ লাভ কৰিবলৈ সক্ষম কৰি তোলা।

৩) শিক্ষাৰ্থীসকলক বিজ্ঞানৰ বিভিন্ন দিশসমূহ বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তোলা।

৪) শিক্ষাৰ্থী সকলক বিজ্ঞানৰ দ্বাৰা আমাৰ জীৱনত ঘটি থকা সমস্যা সমূহৰ সমাধানৰ কৌশল আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলা।

(গ) শিক্ষণীয় সজুঁলি-

১) সাধাৰণ শিক্ষণীয় সজুঁলি- পাঠ্যপুথি, কৃষ্ণফলক, খৰি-মাটি, বুৰুজ, নিৰ্দেশক মাৰি।

২) বিশেষ শিক্ষণীয় সজুঁলি- চাৰ্ট।

(ঘ) প্ৰস্তাৱনা-

স্তৰপূৰ্বজ্ঞানৰ ধাৰণাশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
প্ৰস্তাৱনাধাৰণা কৰা হয় যে, শিক্ষাৰ্থীসকলৰ পানী সম্পৰ্কে কিছু ধাৰণা আছে।শিক্ষকে হাঁহি মুখেৰে শিক্ষণীয় সজুঁলি সমূহ লৈ শ্ৰেনীকক্ষত প্ৰৱেশ কৰি অনুকূল পৰিৱেশ সৃষ্টি কৰিব আৰু পাঠৰ লগত সংগতি ৰাখি তলৰ প্ৰশ্ন সমূহ সুধি শিক্ষাৰ্থীক পাঠৰ প্ৰতি অভিৰুচিত কৰিব। asomjob.in

১) পিয়াহ লাগিলে আমি কি খাওঁ?

২) পানী আমি কি কি কামত ব্যৱহাৰ কৰো?
শিক্ষাৰ্থী সকলৰ পৰা যথাযথ উত্তৰ পোৱাৰ পাছত শিক্ষকে আৰম্ভ কৰিৱ- আজি আমি আমাৰ asomjob.in পাঠ্যপুথিত থকা “পানী এক অমূল্য সম্পদ” নামৰ পাঠটি আলোচনা কৰিম বুলি কৈ পাঠৰ নাম কৃষ্ণফলকত স্পষ্টকৈ লিখি দিব।
শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক সন্মান জনাই আসন গ্ৰহণ কৰিব আৰু শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব।        

১) পানী      

২) গা ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা আদি   শিক্ষাৰ্থীসকলে উক্ত পাঠটি নিজৰ নিজৰ পাঠ্যপুথিত উলিয়াই ল’ব আৰু পাঠটিৰ নাম নিজৰ টোকা বহীত লিখিব।
Assamese lesson plan PDF

(ঙ) উপস্থাপন-

স্তৰশিক্ষণীয় বিষয়বিশেষ উদ্দেশ্যশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলীআকাংক্ষিত শিক্ষণৰ ফলাফল
উপস্থাপনপৃথিৱীৰ পানীৰ পৰিমাণ                   পানী প্ৰদূষনৰ কাৰক                     প্ৰতিকাৰ ব্যৱস্থা                      শিক্ষাৰ্থীসকলক পানীৰ পৰিমান সম্বন্ধে জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলা।          

শিক্ষাৰ্থী সকলক পানী প্ৰদূষণৰ কাৰক সম্বন্ধে বোধ লাভ কৰিবলৈ সক্ষম কৰি তোলা              

শিক্ষাৰ্থী সকলক পানী প্ৰদূষণৰ কাৰক সমূহৰ বোধ লাভ কৰিবলৈ সক্ষম কৰি তোলা।                    
শিক্ষকে পৃথিৱীত থকা মুঠ পানীৰ পৰিমান সম্পৰ্কে পাঠৰ asomjob.in আধাৰত বৰ্ণনা কৰিব। আৰু শিক্ষাৰ্থীৰ অগ্ৰগতিৰ বুজ লবৰ বাবে তলৰ প্ৰশ্নটো সুধিব।

১) পৃথিৱীত মুঠ কিমন শতাংশ পানী আছে?    

শিক্ষকে পানী প্ৰদূষণৰ কাৰক সমূহ চাৰ্ট দেখুৱাই বুজাই দিব আৰু তলৰ প্ৰশ্নটো শুধিব।

২) পানী কিদৰে প্ৰদূষিত হয়?             শিক্ষকে পানী প্ৰদূৰ্ষনৰ কাৰক সমূহ বৰ্ণনা কৰিব আৰু তলৰ প্ৰশ্নটো সুধিব-  

৩) পানী প্ৰদূৰ্ষণৰ প্ৰতিকাৰ সমূহ কি কি?                  
শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব।    

১) ৭৮%       শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু asomjob.in শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব।

২) পানীত আৱৰ্জনা, কীটনাশক আদিৰ দৰে ৰাসায়নিক দ্ৰব্য পেলোৱাৰ ফলত।  

শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকৰ asomjob.in প্ৰশ্নৰ উত্তৰ দিব।

৩) পানীত অলাগতিয়াল বস্তু পেলোৱাৰ পৰা দূৰত থকা।        
শিক্ষাৰ্থীসকলে পানীৰ পৰিমান সম্বন্ধে জ্ঞান লাভ কৰিবলৈ সক্ষম হব।          

শিক্ষাৰ্থী সকল পানী প্ৰদূষণৰ কাৰক সম্বন্ধে বোধ লাভ কৰিবলৈ সক্ষম হৱ।            


শিক্ষাৰ্থী সকলে পানী প্ৰদূষণৰ কাৰক সমূহৰ বোধ লাভ কৰিবলৈ সক্ষম হব।            
Assamese lesson plan PDF

(চ) সামৰণি-

স্তৰশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
সা ম ৰ ণিশিক্ষকে জ্ঞানৰ স্থায়িত্ব প্ৰদানৰ বাবে পাঠৰ সাৰাংশ সংক্ষেপে বৰ্ণনা কৰিব আৰু তলৰ প্ৰশ্নটো গৃহকাৰ্য হিচাপে কৰি আনিবলৈ কৃষ্ণফলকত লিখি দিব-

গৃহকাৰ্য-

১) তোমাৰ অঞ্চলৰ পানী প্ৰদূষণ ৰোধ কৰিবৰ বাবে তুমি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবা, বৰ্ণনা কৰা।

সময়ৰ সংকেট ধ্বনি বজাৰ লগে লগে শিক্ষকে যাৱতীয় সজুঁলি সমূহ সামৰি কৃষ্ণফলক পৰিষ্কাৰ কৰিব আৰু ছাত্ৰ-ছাত্ৰী সকলক ধন্যবাদ জনাই শ্ৰেনীকোঠা ত্যাগ কৰিব।
শিক্ষাৰ্থীসকলে মনোযোগেৰে শুনিব আৰু শিক্ষকে কৃষ্ণফলকত লিখি দিয়া গৃহকাৰ্যটো নিজৰ নিজৰ বহীত লিখি ল’ব। শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক বিদায় সম্ভাষণ জনাব।
Assamese lesson plan PDF
হাতী পালেগৈ পাৰ

(ক) তথ্যৰ চিনাক্তকৰণ

বিদ্যালয়ৰ নাম-
শ্ৰেনী- প্ৰথম
শিক্ষাৰ্থীৰ সংখ্যা-
গড় বয়স-
সময়- ৪৫ মিনিট তাৰিখ-
বিষয়- অসমীয়া
পাঠ- “হাতী পালেগৈ পাৰ”
পাঠ্যপুথি- অংকুৰণ
শিক্ষকৰ নাম-
Assamese lesson plan PDF

(খ) সাধাৰণ উদ্দেশ্য-

১) শিক্ষাৰ্থীসকলক গদ্যৰ মৰ্ম আৰু সৌন্দৰ্য সম্বন্ধে জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলা।

২) শিক্ষাৰ্থীসকলক যতি, বিৰাম, চিহ্নৰ প্ৰয়োগ আৰু উচ্চাৰণৰ পাৰ্থক্য নিৰ্ণয় কৰিবলৈ সক্ষম কৰি তোলা।

৩) শিক্ষাৰ্থীসকলক অসমীয়া ভাষাৰ লিখন শৈলী আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলা।

৪) শিক্ষাৰ্থী সকলক উচ্ছাৰণৰ জৰিয়তে অসমীয়া ভাষাৰ পঠন শৈলী বা কথন আয়ত্ব কৰাৰ সক্ষম কৰি তোলা।

(গ) শিক্ষণীয় সজুঁলি-

১) সাধাৰণ শিক্ষণীয় সজুঁলি- পাঠ্যপুথি, কৃষ্ণফলক, খৰি-মাটি, বুৰুজ, নিৰ্দেশক মাৰি।

২) বিশেষ শিক্ষণীয় সজুঁলি- হাতীৰ চিত্ৰ।

(ঘ) প্ৰস্তাৱনা-

স্তৰপূৰ্বজ্ঞানৰ ধাৰণাশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
প্ৰস্তাৱনাধাৰণা কৰা হয় যে, শিক্ষাৰ্থীসকলৰ হাতী সম্পৰ্কে কিছু ধাৰণা আছে।শিক্ষকে হাঁহি মুখেৰে শিক্ষণীয় সজুঁলি সমূহ লৈ শ্ৰেনীকক্ষত প্ৰৱেশ কৰি অনুকূল পৰিৱেশ সৃষ্টি কৰিব আৰু পাঠৰ লগত সংগতি ৰাখি তলৰ প্ৰশ্ন সমূহ সুধি শিক্ষাৰ্থীক পাঠৰ প্ৰতি অভিৰুচিত কৰিব।  শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক সন্মান জনাই আসন গ্ৰহণ কৰিব আৰু শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব।  
প্ৰস্তাৱনা ১) এইখন কিহৰ চিত্ৰ? (হাতীৰ চিত্ৰ খন দেখুৱাই)  ১) হাতীৰ  
প্ৰস্তাৱনা ২) তোমালোকে হাতী দেখিছা নে?২) দেখিছো বা নাইদেখা।  
প্ৰস্তাৱনা ৩) হাতীৰ ৰং কেনেকুৱা?  ৩) ক’লা।  
প্ৰস্তাৱনা ৪) হাতীয়ে বেগাই খোজকাঢে নে লাহে লাহে খোজকাঢে?  ৪) লাহে লাহে  
প্ৰস্তাৱনা শিক্ষাৰ্থী সকলৰ পৰা যথাযথ উত্তৰ পোৱাৰ পাছত শিক্ষকে আৰম্ভ কৰিৱ- আজি আমি আমাৰ পাঠ্যপুথিত থকা “হাতী পালেগৈ পাৰ” নামৰ পাঠটি আলোচনা কৰিম বুলি কৈ পাঠৰ নাম কৃষ্ণফলকত স্পষ্টকৈ লিখি দিব।শিক্ষাৰ্থীসকলে উক্ত পাঠটি নিজৰ নিজৰ পাঠ্যপুথিত উলিয়াই ল’ব আৰু পাঠটিৰ নাম নিজৰ টোকা বহীত লিখিব।
Assamese lesson plan PDF

(ঙ) উপস্থাপন-

স্তৰশিক্ষণীয় বিষয়বিশেষ উদ্দেশ্যশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলীআকাংক্ষিত শিক্ষণৰ ফলাফল
উপস্থাপনশিক্ষকৰ আদৰ্শ পঠ্ন  শিক্ষাৰ্থীসকলক ছন্দ, লয়, যতি আদিৰ প্ৰতি লক্ষ্য ৰাখি সৰৱ পঠ্ন কৌশল আয়ত্ব কৰাৰ লগতে পাঠৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে পাঠৰ স্তৱক সমূহ শুদ্ধ উচ্চাৰণেৰে সৰৱে আদৰ্শ পঠন কৰিব আৰু শিক্ষাৰ্থী সকলক তেওঁৰ পঠন ভংগী মন কৰিবলৈ ক’ব।  শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ।  শিক্ষাৰ্থীসকলে ছন্দ, লয়, যতি আদিৰ প্ৰতি লক্ষ্য ৰাখি সৰৱ পঠ্ন কৌশল আয়ত্ব কৰাৰ লগতে পাঠৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ সক্ষম হব।  
উপস্থাপনশিক্ষাৰ্থীৰ সৰৱ পঠন  শিক্ষাৰ্থী সকলক শুদ্ধ উচ্চাৰণৰ লগতে যতি, বিৰাম, আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তোলা।শিক্ষকে দুই তিনি গৰাকী শিক্ষাৰ্থীক সৰৱে পাঠৰ স্তৱক সমূহ পাঠ কৰিবলৈ দিব।  নিৰ্বাচন কৰি দিয়া শিক্ষাৰ্থী সকলে পাঠৰ স্তৱক সমূহ পাঠ কৰিব আৰু বাকী সকলে মনোযোগেৰে শুনি যাব।  শিক্ষাৰ্থী সকল শুদ্ধ উচ্চাৰণৰ লগতে যতি, বিৰাম, আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব।  
উপস্থাপনশিক্ষাৰ্থীৰ নিৰৱ পঠন আৰু কঠিন শব্দৰ অৰ্থ।  শিক্ষাৰ্থী সকলক নিৰৱ পঠন কৌশল আয়ত্ব কৰাৰ লগতে কঠিন শব্দৰ অৰ্থ বুজিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে ছাত্ৰ ছাত্ৰী সকলক নিৰৱে পঠন কৰি পাঠত থকা কঠিন শব্দ সমূহ নিৰ্বাচন কৰিবলৈ দিব আৰু শব্দ সমূহৰ অৰ্থ কৃষ্ণফলকত লিখি দিব।  শিক্ষাৰ্থী সকলে নিৰৱে পঠন কৰিব আৰু পাঠত থকা কঠিন শব্দ সমূহ নিৰ্বাচন কৰিব। শিক্ষকে কৃষ্ণফলকত লিখি দিয়া শব্দ সমূহৰ অৰ্থ নিজৰ নিজৰ বহীত লিখি ল’ব।  শিক্ষাৰ্থী সকল নিৰৱ পঠন কৌশল আয়ত্ব কৰাৰ লগতে কঠিন শব্দৰ অৰ্থ বুজিবলৈ সক্ষম হ’ব।  
উপস্থাপনপাঠৰ ১ম দুটা স্তৱকৰ আলোচনা  শিক্ষাৰ্থী সকলক অসমীয়া ভাষাত কথোপকথন সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে হাতী আৰু হাঁহৰ মাজত হোৱা কথোপকথন সন্দৰ্ভত ব্যাখ্যা কৰিব, আৰু শিক্ষাৰ্থীৰ বোধগম্যতাৰ বুজ লবৰ বাবে তলৰ প্ৰশ্নটো সুধিব-        শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব।      শিক্ষাৰ্থী সকলে অসমীয়া ভাষাত কথোপকথন সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম হৱ।  
উপস্থাপন  ১) হাতীয়ে হাঁহক কি কৈছিল?  ১) হাঁহ ভনী পাৰ কৰাই দিয়া নদী খনি।   
উপস্থাপন  ২) হাঁহ কেইজনীয়ে হাতীক কি কৈছিল?  ২) তুমি ইমান বিয়াগোম লৰাব নোৱাৰো তোমাৰ নোম। 
উপস্থাপনপাঠৰ ৩য় অংশৰ আলোচনাশিক্ষাৰ্থী সকলক নিজ শ্ৰমৰ গুৰুত্ব অনুভাৱন কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে পাঠৰ সাৰমৰ্ম উদাহৰণ সহ ব্যাখ্যা কৰিব আৰু শিক্ষাৰ্থীৰ অগ্ৰগতিৰ বুজ লবলৈ তলৰ প্ৰশ্নটো সুধিব-        শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব।শিক্ষাৰ্থী সকলে নিজ শ্ৰমৰ গুৰুত্ব অনুভাৱন কৰিবলৈ সক্ষম হ’ব।  
উপস্থাপন  ১) হাতীয়ে নদীখন পাৰ কৰাবলৈ কাক খাতিৰ কৰিছিল?  ১) হাঁহ, নাও, দলং। 
উপস্থাপন  ২) অৱশেষত হাতী কেনেকৈ নদী পাৰ হ’ল?  ২) নিজেই সাতুঁৰি 
Assamese lesson plan PDF

(চ) সামৰণি-

স্তৰশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
সা ম ৰ ণিশিক্ষকে জ্ঞানৰ স্থায়িত্ব প্ৰদানৰ বাবে পাঠৰ সাৰাংশ সংক্ষেপে বৰ্ণনা কৰিব আৰু তলৰ প্ৰশ্নটো গৃহকাৰ্য হিচাপে কৰি আনিবলৈ কৃষ্ণফলকত লিখি দিব-

গৃহকাৰ্য- ১) “হাতী পালেগৈ পাৰ” সাধুটি নিজৰ ভাষাৰে লিখা।

সময়ৰ সংকেট ধ্বনি বজাৰ লগে লগে শিক্ষকে যাৱতীয় সজুঁলি সমূহ সামৰি কৃষ্ণফলক পৰিষ্কাৰ কৰিব আৰু ছাত্ৰ-ছাত্ৰী সকলক ধন্যবাদ জনাই শ্ৰেনীকোঠা ত্যাগ কৰিব।
শিক্ষাৰ্থীসকলে মনোযোগেৰে শুনিব আৰু শিক্ষকে কৃষ্ণফলকত লিখি দিয়া গৃহকাৰ্যটো নিজৰ নিজৰ বহীত লিখি ল’ব। শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক বিদায় সম্ভাষণ জনাব।
Assamese lesson plan PDF
পখিলা

(ক) তথ্যৰ চিনাক্তকৰণ

বিদ্যালয়ৰ নাম- Assamese lesson plan PDF
শ্ৰেনী- প্ৰথম
শিক্ষাৰ্থীৰ সংখ্যা- Assamese lesson plan PDF
গড় বয়স- Assamese lesson plan PDF
সময়- Assamese lesson plan PDF
৪৫ মিনিট তাৰিখ- Assamese lesson plan PDF
বিষয়- অসমীয়া
পাঠ- “পখিলা”
পাঠ্যপুথি- অংকুৰণ


শিক্ষকৰ নাম- Assamese lesson plan PDF
Assamese lesson plan PDF

(খ) সাধাৰণ উদ্দেশ্য-

১) শিক্ষাৰ্থীসকলক কবিতাৰ মৰ্ম আৰু সৌন্দৰ্য সম্বন্ধে জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলা।

২) শিক্ষাৰ্থীসকলক যতি, বিৰাম, চিহ্নৰ প্ৰয়োগ আৰু উচ্চাৰণৰ পাৰ্থক্য নিৰ্ণয় কৰিবলৈ সক্ষম কৰি তোলা।

৩) শিক্ষাৰ্থীসকলক অসমীয়া ভাষাৰ লিখন শৈলী আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলা।

৪) শিক্ষাৰ্থী সকলক উচ্ছাৰণৰ জৰিয়তে অসমীয়া ভাষাৰ পঠন শৈলী বা কথন আয়ত্ব কৰাৰ সক্ষম কৰি তোলা।

৫) শিক্ষাৰ্থীৰ সকলক কবিতা আবৃত্তি কৰা কৌশল আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলা।

(গ) শিক্ষণীয় সজুঁলি-

১) সাধাৰণ শিক্ষণীয় সজুঁলি- পাঠ্যপুথি, কৃষ্ণফলক, খৰি-মাটি, বুৰুজ, নিৰ্দেশক মাৰি।

২) বিশেষ শিক্ষণীয় সজুঁলি-

(ঘ) প্ৰস্তাৱনা-

স্তৰপূৰ্বজ্ঞানৰ ধাৰণাশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
প্ৰস্তাৱনাধাৰণা কৰা হয় যে, শিক্ষাৰ্থীসকলৰ পখিলা সম্পৰ্কে কিছু ধাৰণা আছে।শিক্ষকে হাঁহি মুখেৰে শিক্ষণীয় সজুঁলি সমূহ লৈ শ্ৰেনীকক্ষত প্ৰৱেশ কৰি অনুকূল পৰিৱেশ সৃষ্টি কৰিব আৰু পাঠৰ লগত সংগতি ৰাখি তলৰ প্ৰশ্ন সমূহ সুধি শিক্ষাৰ্থীক পাঠৰ প্ৰতি অভিৰুচিত কৰিব।  শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক সন্মান জনাই আসন গ্ৰহণ কৰিব আৰু শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব।  
প্ৰস্তাৱনা ১) তোমালোকে ফুলৰ গছ দেখিছা নে?১) দেখিছো।  
প্ৰস্তাৱনা ২) কেইবিধ মান ফুলৰ নাম কোৱা।  ২) গোলাপ, তগৰ, শেৱালী।  
প্ৰস্তাৱনা ৩) ফুলৰ ৰস পান কৰা ফুটুকা ফুটুকী পাখি থকা প্ৰানীটোৰ নাম কি?  ৩) পখিলা  
প্ৰস্তাৱনা শিক্ষাৰ্থী সকলৰ পৰা যথাযথ উত্তৰ পোৱাৰ পাছত শিক্ষকে আৰম্ভ কৰিৱ- আজি আমি আমাৰ পাঠ্যপুথিত থকা “পখিলা” নামৰ পাঠটি আলোচনা কৰিম বুলি কৈ পাঠৰ নাম কৃষ্ণফলকত স্পষ্টকৈ লিখি দিব।শিক্ষাৰ্থীসকলে উক্ত পাঠটি নিজৰ নিজৰ পাঠ্যপুথিত উলিয়াই ল’ব আৰু পাঠটিৰ নাম নিজৰ টোকা বহীত লিখিব।
Assamese lesson plan PDF

(ঙ) উপস্থাপন-

স্তৰশিক্ষণীয় বিষয়বিশেষ উদ্দেশ্যশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলীআকাংক্ষিত শিক্ষণৰ ফলাফল
উপস্থাপনশিক্ষকৰ আদৰ্শ পঠ্ন  শিক্ষাৰ্থীসকলক ছন্দ, লয়, যতি আদিৰ প্ৰতি লক্ষ্য ৰাখি সৰৱ পঠ্ন কৌশল আয়ত্ব কৰাৰ লগতে পাঠৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে পাঠৰ স্তৱক সমূহ শুদ্ধ উচ্চাৰণেৰে সৰৱে আদৰ্শ পঠন কৰিব আৰু শিক্ষাৰ্থী সকলক তেওঁৰ পঠন ভংগী মন কৰিবলৈ ক’ব।  শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ।  শিক্ষাৰ্থীসকলে ছন্দ, লয়, যতি আদিৰ প্ৰতি লক্ষ্য ৰাখি সৰৱ পঠ্ন কৌশল আয়ত্ব কৰাৰ লগতে পাঠৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ সক্ষম হব।  
উপস্থাপনশিক্ষাৰ্থীৰ সৰৱ পঠন  শিক্ষাৰ্থী সকলক শুদ্ধ উচ্চাৰণৰ লগতে যতি, বিৰাম, আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তোলা।শিক্ষকে সকলো শিক্ষাৰ্থীক সৰৱে কবিতাৰ স্তৱক সমূহ পাঠ কৰিবলৈ দিব।  নিৰ্বাচন কৰি দিয়া শিক্ষাৰ্থী সকলে কবিতাৰ স্তৱক সমূহ পাঠ কৰিব আৰু বাকী সকলে মনোযোগেৰে শুনি যাব।  শিক্ষাৰ্থী সকল শুদ্ধ উচ্চাৰণৰ লগতে যতি, বিৰাম, আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব।  
উপস্থাপনশিক্ষাৰ্থীৰ নিৰৱ পঠন আৰু কঠিন শব্দৰ অৰ্থ।  শিক্ষাৰ্থী সকলক নিৰৱ পঠন কৌশল আয়ত্ব কৰাৰ লগতে কঠিন শব্দৰ অৰ্থ বুজিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে ছাত্ৰ ছাত্ৰী সকলক নিৰৱে পঠন কৰি পাঠত থকা কঠিন শব্দ সমূহ নিৰ্বাচন কৰিবলৈ দিব আৰু শব্দ সমূহৰ অৰ্থ কৃষ্ণফলকত লিখি দিব।  শিক্ষাৰ্থী সকলে নিৰৱে পঠন কৰিব আৰু পাঠত থকা কঠিন শব্দ সমূহ নিৰ্বাচন কৰিব। শিক্ষকে কৃষ্ণফলকত লিখি দিয়া শব্দ সমূহৰ অৰ্থ নিজৰ নিজৰ বহীত লিখি ল’ব।  শিক্ষাৰ্থী সকল নিৰৱ পঠন কৌশল আয়ত্ব কৰাৰ লগতে কঠিন শব্দৰ অৰ্থ বুজিবলৈ সক্ষম হ’ব।  
উপস্থাপনশিক্ষাৰ্থীৰ কবিতা আবৃত্তিশিক্ষাৰ্থী সকলক কবিতা আবৃত্তি কৌশল আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে ছাত্ৰ ছাত্ৰী সকলক সৰৱে কবিতাটো আবৃত্তি কৰিবলৈ দিব।  ছাত্ৰ ছাত্ৰী সকলে সৰৱে কবিতাটো আবৃত্তি কৰিব।  শিক্ষাৰ্থী সকলে কবিতা আবৃত্তি কৌশল আয়ত্ব কৰিবলৈ সক্ষম হ’ব।  
উপস্থাপনকবিতাৰ ১ম দুটা স্তৱকৰ আলোচনা  শিক্ষাৰ্থী সকলক ৰ্পখিলা সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে পখিলা সন্দৰ্ভত ব্যাখ্যা কৰিব, আৰু শিক্ষাৰ্থীৰ বোধগম্যতাৰ বুজ লবৰ বাবে তলৰ প্ৰশ্নটো সুধিব-       ১) পাখি মেলি উলাহত কোন উৰে?  শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব।   ১)ৰ্পখিলাশিক্ষাৰ্থী সকলে পখিলা সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম হৱ।  
উপস্থাপনকবিতাৰ ৩য় অংশৰ আলোচনাশিক্ষাৰ্থী সকলক ফুলৰ ৰং অনুভাৱন কৰিবলৈ সক্ষম কৰি তোলা।  শিক্ষকে কবিতাটোৰ ৩য় অংশ বৰ্ননা কৰিব।      শিক্ষাৰ্থী সকলে নিৰৱে শুনি যাৱ আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব।শিক্ষাৰ্থী সকলে ফুলৰ ৰং অনুভাৱন কৰিবলৈ সক্ষম হ’ব।  
উপস্থাপন  ১) কোনে ভুন ভুনাই ফুলৰ পাহিত পৰে?  
২) ফুলবোৰ কি কি ৰঙৰ হয়?  
১) ভোমোৰা  


২) ৰঙা, নীলা, হালধীয়া, আৰু বেঙুনীয়া।  
 
Assamese lesson plan PDF

(চ) সামৰণি-

স্তৰশিক্ষকৰ কাৰ্যাৱলীশিক্ষাৰ্থীৰ কাৰ্যাৱলী
সা ম ৰ ণিশিক্ষকে জ্ঞানৰ স্থায়িত্ব প্ৰদানৰ বাবে পাঠৰ সাৰাংশ সংক্ষেপে বৰ্ণনা কৰিব আৰু তলৰ প্ৰশ্নটো গৃহকাৰ্য হিচাপে কৰি আনিবলৈ কৃষ্ণফলকত লিখি দিব-
গৃহকাৰ্য- ১) “পখিলা”  কবিতাটোৰ মূলভাৱ লিখা।
সময়ৰ সংকেট ধ্বনি বজাৰ লগে লগে শিক্ষকে যাৱতীয় সজুঁলি সমূহ সামৰি কৃষ্ণফলক পৰিষ্কাৰ কৰিব আৰু ছাত্ৰ-ছাত্ৰী সকলক ধন্যবাদ জনাই শ্ৰেনীকোঠা ত্যাগ কৰিব।
শিক্ষাৰ্থীসকলে মনোযোগেৰে শুনিব আৰু শিক্ষকে কৃষ্ণফলকত লিখি দিয়া গৃহকাৰ্যটো নিজৰ নিজৰ বহীত লিখি ল’ব। শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক বিদায় সম্ভাষণ জনাব।
Assamese lesson plan PDF

FAQ

  1. What are the 5 parts of the lesson plan?

    The lesson plan is the planning of activities of the students and the teacher for a specific class to achieve the aim and objectives of a particular lesson. The five parts main parts of a lesson plan include-
    1. Identification of Data.
    2. Objectives
    3. Introduction.
    4. Presentation.
    5. Achieving Closure.

  2. How do you write a lesson plan?

    Writing a lesson plan is not an easy task, it is key to all the activities going to happen in the classroom to achieve the goal of a particular lesson. Making a lesson plan consists of five main steps.
    1. Identification of data- This includes information such as the name of the school, class, number of students, average age, duration, subject, name of the poem, name of the poet, name of the textbook, and name of the teacher.
    2. Objectives- General and specific objectives.
    3. Introduction- This includes providing information about the assumed previous knowledge of the students and outlining the teacher’s activities and pupils’ activities.
    4. Presentation- This includes teaching points, specific objectives, teacher’s activities, pupils’ activities, and expected learning outcomes.
    5. Closure- This includes summarizing the key points of the lesson, and outlining the teacher’s activities and pupils’ activities.